About Prafulla Chandra Bezbaroa and his Collection


Dr. Nagen Saikia


জাতীয় ইতিহাস চেতনা
যাৰ মাজত আছিল সদা সক্ৰিয়

বেজবৰুৱাৰ বৌদ্ধিক সম্পত্তিসমূহৰ স্বাভাৱিক উত্তৰাধিকাৰী হৈছিল মাধৱচন্দ্ৰ বেজবৰুৱা। তেৱোঁ অকালতে শেষ নিশ্বাস পেলোৱাৰ পিছত ককাইদেৱক আনন্দচন্দ্ৰ বেজবৰুৱাৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ বেজবৰুৱাই এই সম্পদসমূহৰ সংৰক্ষণ কৰাৰ দায়িত্ব মূৰ পাতি লৈছিল। .... নগেন শইকীয়া

Click here to read the article

Imran Shah


মোৰ মৰম আৰু
শ্ৰদ্ধাৰ প্ৰফুল্ল

প্ৰফুল্ল বেজবৰুৱাৰ লাইব্ৰেৰীটো এটা জাতীয় সম্পত্তি। প্ৰফুল্লই অনেক কষ্ট কৰি ব্যয় কৰি ইয়াক গঢ় দিছিল। প্ৰতিপালন কৰিছিল। মাজে মাজে অসমৰ বাহিৰলৈ নি উৱঁলি যাব ধৰা পুৰণি কিতাপ কাগজ বৈজ্ঞানিক পদ্ধতিত 'Treatment' কৰাই আনিছিল। .... .... .... ইমৰান শ্বাহ।

Click here to read the article

Lakhinath Tamuli


অন্তিমজন বেজবৰুৱা

প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বেজবৰুৱা সঁচা অৰ্থত এখন জীৱন্ত আৰু চলন্ত বিশ্বকোষ আছিল। ............ জোনাকীৰ পৰা আৰম্ভ কৰি অসমত প্ৰকাশ হোৱা প্ৰায় আটাইবোৰ আলোচনীয়েই বেজবৰুৱাৰ ঘৰুৱা পুথিভঁৰালত সংৰক্ষিত হৈ আছে। জোনাকী, বাঁহী, ঊষা, প্ৰদীপিকা আদি আপুৰুগীয়া আলোচনীসমূহ বেজবৰুৱাৰ পুথিভঁৰালৰ পৰাই আনি প্ৰকাশ কৰা হৈছিল। .......... লক্ষ্মীনাথ তামুলী।

Click here to read the article

Picture


With Jatindra Nath Duwara and others

Click here to view the picture

Picture


Prafulla Chandra Bezbaroa at different educational Institution when he was a student

Click here to view the picture

Picture


Prafulla Chandra Bezbaroa after getting married

Click here to view the picture